Subscribe
URL of the page has been copied to clipboard.
Meaning : গুল্মজাতীয় উদ্ভিদৰ পৰা উৎপন্ন হোৱা বীজ বা দানা যি খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়
Example : শ্যামে শস্যৰ বেপাৰ কৰে
Synonyms : অনাজ
Meaning : খেতিত উৎপন্ন হোৱা উদ্ভিদত লগা শস্য
Example : এই বছৰ বৰষুণ কম হোৱাৰ কাৰণে ধানৰ ফচল ভাল নহʼল
Synonyms : ফচল, শহ
Install App