Subscribe
URL of the page has been copied to clipboard.
Meaning : দৃঢ়তাৰে কোনো কথা কোৱা কার্য:ৰামে নিজৰ দেশমাতৃৰ সুৰক্ষাৰ কাৰণে শপত লʼলে
Example :
Synonyms : কচম, প্রতিজ্ঞা
Meaning : কোনো কাম কৰিবৰ কাৰণে লোৱা দৃঢ় সিদ্ধান্ত
Example : ছাত্রজনে চুৰ নকৰাৰ সংকল্প লʼলে
Synonyms : ব্রত, সংকল্প
Install App