Subscribe
URL of the page has been copied to clipboard.
Meaning : নব্বৈৰ লগত দহ যোগ কৰিলে পোৱা সংখ্যা
Example : দহৰ দহ গুণ এশ
Synonyms : এশ, ১০০
Meaning : এশ বছৰ কাল
Example : শতাব্দী ধৰি চলি অহা প্রথা এটাক হঠাৎ নাইকিয়া কৰিব নোৱাৰি
Synonyms : শতাব্দী, শতিকা
Meaning : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
Example : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
Synonyms : শ
Meaning : এশৰ সমূহ বা গোট
Example : আচাৰ তৈয়াৰ কৰাৰ কাৰণে ৰামদীনে এশটা আম কিনিলে
Meaning : অংকৰ স্থানৰ গণনাত এককৰ স্থানৰ পৰা গণনা কৰি তৃতীয় স্থানত এশৰ গুণিতকৰ বোধ জন্মা এক মান
Example : ৪০৩ (চাৰিশ তিনি)-ত শতকৰ স্থানত চাৰি আছে
Install App