Subscribe
URL of the page has been copied to clipboard.
Meaning : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা
Example : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে
Synonyms : আশংকা, শংকা, সংশয়, সন্দেহ
Meaning : সম্পূর্ণৰূপে নিশ্চিত হʼব নোৱাৰা জ্ঞান
Example : মোৰ তেওঁৰ ্কথাত সঁ্চাকৈয়ে সন্দেহ আছে
Synonyms : শংকা, সংশয়, সন্দেহ
Install App