Meaning : শৰীৰৰ বল
Example :
সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
Synonyms : জোৰ, শকতি, শাৰীৰিক বল, শাৰীৰিক শক্তি
Meaning : প্রাকৃতিক ভাণ্ডাৰ
Example :
বিজুলীশক্তিৰ উৎপাদন প্রাকৃতিক শক্তিৰ পৰা কৰা হয়
Meaning : তন্ত্রত বর্ণিত এগৰাকী অধিষ্ঠাত্রী দেৱী যাৰ উপাসনা কৰা সকলক শাক্ত বুলি কোৱা হয়
Example :
প্রাচীন কালৰ পৰা শক্তিৰ উপাসনা চলি আহিছে
Meaning : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা
Example :
কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে
Synonyms : অধিকাৰ
Meaning : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
Example :
পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
Synonyms : চাপ