Subscribe
URL of the page has been copied to clipboard.
Meaning : শৰীৰৰ বল
Example : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
Synonyms : জোৰ, শক্তি, শাৰীৰিক বল, শাৰীৰিক শক্তি
Meaning : কিবা কৰিব পৰা শক্তি
Example : তোৰ শকতি নো কিমান যে মই তোক দেখি ভয় খাম
Synonyms : সামর্থ্য
Meaning : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়
Example : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব
Synonyms : জোৰ, তেজ, পৰাক্রম, বল, শক্তি
Install App