Meaning : এবিধ মুখেৰে বজোৱা বাদ্য যাক পবিত্র জ্ঞান কৰা হয় আৰু দেৱকার্যত বজোৱা হয়
Example :
শংখ সাগৰত পোৱা যায়
Synonyms : কম্বু
Meaning : এক প্রকাৰ পবিত্র বুলি মনা আৰু দেৱতাৰ আগত ধার্মিক অনুস্থানসমূহত বজোৱা ডাঙৰ শামুকৰ খোলা
Example :
পুৰোহিতে সত্যনাৰায়ন কথাৰ সময়ত শংখ বজাইছিল
Synonyms : শঙ্খ