Subscribe
URL of the page has been copied to clipboard.
Meaning : প্রাণবায়ু উৰি যোৱা শৰীৰ
Example : মৃত্যুৰ পিছত শৱ মাটিৰ সৈতে মিলি যায়
Synonyms : ভেল, মৃতদেহ, মৰা শ, মৰাশ, লাচ, শৱ, শৱ দেহ
Meaning : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
Example : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
Synonyms : শতক
Meaning : নব্বৈ আৰু দহ
Example : এই সন্মিলনখনত প্রায় এশজন বিদ্বানে অংশগ্রহণ কৰিছে
Synonyms : এশ, পাঁচ কুৰি, ১০০
Meaning : গণনাত এশ বা এশ সংখ্যক
Example : আপুনি মহাত্মাজীক লগ কৰা শততম ব্যক্তি
Synonyms : শততম
Install App