Subscribe
URL of the page has been copied to clipboard.
Meaning : লৰি থকা কার্য
Example : মোৰ সোঁ চকুটো লৰাৰ কাৰণে বৰ অশান্তিত আছোঁ
Meaning : চলমান কৰোৱা বা দুলন কার্য
Example : ঢৌবোৰ তাৰ আগে-পিছে দুলি আছিল
Synonyms : জোকাৰি দিয়া, জোলা, দুলা, দুলি থকা, হেন্দোলা
Meaning : কোনো অংগৰ হঠাৎ স্পন্দন হোৱা
Example : মোৰ চকুদুটা কঁপিছে
Synonyms : কঁ্পা
Meaning : নিজৰ স্থানৰ পৰা অলপ ইফাল-সিফাল হোৱা
Example : বতাহত পাতবোৰ লৰিছে
Synonyms : লৰচৰ কৰা
Install App