Subscribe
URL of the page has been copied to clipboard.
Meaning : পানী বৈ যোৱা সৰু পথ বা সৰু জান
Example : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল
Synonyms : নর্দম্া, নলা, নলী
Meaning : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ
Example : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন
Synonyms : জান, নলা
Meaning : পানী জমা হʼবলৈ গছ বা উদ্ভিদৰ গুৰিত ঘূৰণীয়া কৰি খন্দা খাল
Example : তেওঁ ্গছত পানী দিবৰ কাৰণে লোৰ বনাইছে
Install App