Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word লোৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

লোৰ   বিশেষ্য

Meaning : পানী বৈ যোৱা সৰু পথ বা সৰু জান

Example : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল

Synonyms : নর্দম্া, নলা, নলী

Meaning : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ

Example : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন

Synonyms : জান, নলা

Meaning : পানী জমা হʼবলৈ গছ বা উদ্ভিদৰ গুৰিত ঘূৰণীয়া কৰি খন্দা খাল

Example : তেওঁ ্গছত পানী দিবৰ কাৰণে লোৰ বনাইছে