Subscribe
URL of the page has been copied to clipboard.
Meaning : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ
Example : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল
Synonyms : খুন, তেজ, তেজকুৰ, লহু, শোণিত, ৰক্ত, ৰুধিৰ
Meaning : তেজ বৰণৰ
Example : পুৱাৰ সূর্য ্লোহিত ্বর্ণৰ হয়
Synonyms : তেজৰঙী, ্ৰক্তবর্ণী, ৰক্তাভ, ৰক্তিম
Install App