Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ লোভ থাকে
Example : মনোহৰ বৰ লোভী যৌতুক লোভীসকলে এজনী কইনাৰ হত্যা কৰিলে
Synonyms : লোভী
Meaning : লালসাৰে ভৰা
Example : শিশুটোৱে মিঠাইৰফালে লুভীয়া চাৱনিৰে চাই আছিল
Synonyms : লুব্ধ, লুভীয়া, লোভনীয়, লোভাৱিষ্ট, লোভী
Install App