Meaning : আনৰ উপকাৰ কৰোঁতা লোক
Example :
চৰকাৰে লোকহিতৈষী ্আঁচনি চলাই আছে
Synonyms : লোক হিতৈষী, লোক-হিতৈষী
Meaning : আনৰ উপকাৰ কৰাজন
Example :
হাতিম এজন লোকহিতৈষী ব্যক্তি আছিল
Synonyms : পৰোপকাৰী, লোক-হিতৈষী