Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word লোক-ব্যৱহাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

লোক-ব্যৱহাৰ   বিশেষ্য

Meaning : মানুহৰ মাজত প্রচলিত আচাৰ-ব্যৱহাৰ

Example : আগৰ দিনত শিক্ষাৰ অভাৱত বিভিন্ন ধৰণৰ লোকাচাৰ প্রচলন আছিল

Synonyms : লোক ব্যৱহাৰ, লোকাচাৰ