Subscribe
URL of the page has been copied to clipboard.
Meaning : পোহৰ কৰিবলৈ তেল আৰু শলিতা দি জ্বলোৱাৰ বাবে ব্যৱহাৰ কৰা পাত্র
Example : গধূলি হোৱাৰ লগে-লগেই গাঁৱত চাকি জ্বলে
Synonyms : চাকি, চাকি-বন্তি, চেৰাগ, দীপ, দীপক, দীপিকা, প্রদীপ, বন্তি, বাতি, লেম্প
Meaning : এক প্রকাৰৰ পোহৰ দিব পৰা আহিলা
Example : লেম্পটো নুমুৱাৰ লগে লগে কোঠাটো আন্ধাৰ হৈ পৰিল
Synonyms : লেম্প
Install App