Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তুৰ গাঢ় আঠালেটীয়া ৰূপ
Example : তেওঁ বেৰত ্মাটিৰ লেও লগাই আছিল
Synonyms : পেষ্ট, লেও
Meaning : লিপা কার্য ্বা ভাব
Example : শস্য থোৱাৰ আগতে ভঁ্ৰালৰ লেপন কৰা হয়
Meaning : লেওৰ দৰে কোনো বস্তুক কোনো তল বা পৃষ্ঠৰ ওপৰত লগোৱা
Example : বেৰৰ লেপন শেষ হৈ গৈছে
Synonyms : অনুলেপন, প্লাষ্টাৰ
Meaning : প্ৰলেপিত কৰা কাৰ্য
Example : ঘৰটোৰ প্ৰলেপ লগোৱা হৈছে
Synonyms : প্ৰলেপ
Meaning : ঘা আদিৰ ওপৰত লগোৱা ঔষধৰ লেপন
Example : তেওঁ ্ঘা-ডোখৰত ঔষধৰ লেপন লগাই আছে
Synonyms : লেপ
Meaning : কোনো বস্তুৰ পৃষ্ঠ ভাগত অন্য কোনো বস্তু সনা কার্য
Example : কুমাৰে টেকেলিটোত মাটিৰ প্রলেপ লগাই আছে
Synonyms : প্রলেপ, লেও
Install App