Meaning : খোৰাই খোৰাই খোজকঢ়া অৱস্থা
Example :
আপোনাৰ লেঙেৰাই থকাৰ কাৰণ কি ?
Synonyms : পেঙ্গুচিয়া, লেকেচিয়া
Meaning : যিজনৰ হাত বা ভৰিত বিকৃতি আছে
Example :
চার্কাছত লেঙেৰাৰ খেলা দেখি ্দর্শক আচৰিত হৈছিল
Synonyms : লেঙ্গেৰা
Meaning : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে
Example :
লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে
Synonyms : খোৰা
Meaning : যি ভৰিত কোনো ধৰণৰ কষ্ট, দোষ বা বিকাৰ থকা বাবে বেকাকৈ খোজ কাঢ়ে
Example :
লেঙেৰা ৰোগীজন অলপ দূৰ খোজকাঢ়ি বহি দিলে
Meaning : যাৰ এটা ভৰি ভাঙিল
Example :
লেঙেৰাজন চকীত বহোঁতেই সৰি পৰিল