Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word লেখা from অসমীয়া dictionary with examples, synonyms and antonyms.

লেখা   বিশেষ্য

Meaning : কোনো বিষয়ৰ বিশ্লেষণাত্মক বিৱৰণ যʼত নির্দিষ্ট বিষয়টোৰ লগত সম্বন্ধ থকা বিভিন্নজনৰ মতামত, মন্তব্য, তথ্য আদিৰ তুলনামূলক আৰু পাণ্ডিত্যপূর্ণ আলোচনা কৰা হয়

Example : নিবন্ধকাৰজনে এই প্রবন্ধটোৰ জৰিয়তে জাতীয়তাবাদৰ বিষয়ে আলোকপাত কৰিছে

Synonyms : নিবন্ধ, প্রবন্ধ, ৰচনা

Meaning : কোনো বিষয়ৰ ওপৰত লিখি প্রকাশ কৰা বস্তু

Example : তেওঁৰ শিক্ষাহীনতাৰ ওপৰত লিখা লেখাটো আজিৰ বাতৰি কাকতত প্রকাশ পাইছে

Synonyms : লিখনি, লেখনি