Subscribe
URL of the page has been copied to clipboard.
Meaning : লালসাৰে ভৰা
Example : শিশুটোৱে মিঠাইৰফালে লুভীয়া চাৱনিৰে চাই আছিল
Synonyms : লুভীয়া, লোভনীয়, লোভাৱিষ্ট, লোভী, লোলুপ
Meaning : বহুত লালসা বা ইচ্ছা কৰোঁতাজন
Example : তেওঁ নিজৰ গুৰুৰ পদসেৱাৰ কাৰণে লালায়িত
Synonyms : লালায়িত
Install App