Meaning : কোনো বস্তু আদিত সানমিহলি হৈ পৰা
Example :
যুদ্ধ ভূমিত যোদ্ধাবোৰৰ শৰীৰ তেজেৰে লুতুৰি-পুতুৰি হৈ আছিল
Meaning : সম্পূর্ণৰূপে ভিজা বা তিতা
Example :
জংঘলত তেজেৰে লুতুৰি-পুতুৰি এটা শৱ পৰি আছে
Synonyms : টেপটেপীয়া, লুতুৰ-পুতুৰ