Meaning : লুটপাত কৰা কার্য ্বা ভাব
Example :
ডকাইতে মহাজনৰ ঘৰ লুটাৰ পিছত আৰামত গুচি গʼল
Meaning : অনুচিতভাৱে লোৱা
Example :
আজিকালি লʼৰা-ছোৱালীৰ প্রৱেশৰ কাৰণে বৰঙণিৰ নামত শিক্ষা সংস্থা সমূহে লুটিছে
Meaning : কাৰোবাক অত্যধিক খৰচ কৰোৱা
Example :
সুনীলে নতুন চাকৰি পোৱাৰ খবৰটো পোৱাৰ পিছত লগৰীয়াসকলে অভ্যর্থ্্নাৰ নামত ্তেওঁক খুউব লুটিলে
Meaning : ডকা-হকা দি বা বলপূর্বক্্ভাৱে কোনো বস্তু লৈ যোৱা কার্য
Example :
আমাৰ চহৰত এজন মহাজনক লুটিলে
Synonyms : লুটপাত কৰা