Subscribe
URL of the page has been copied to clipboard.
Meaning : অক্ষৰ বর্ণৰ চিহ্ন
Example : এই শিলটোৰ ওপৰত ব্রাহ্মীলিপিত কিবা লিখা হয়
Meaning : লিখা কামত ব্যৱহৃত শৈলী
Example : বিশ্বত বিভিন্ন প্রকাৰৰ লিখন শৈলী পোৱা যায়
Synonyms : অক্ষৰশৈলী, লিখন শৈলী, লিপি শৈলী
Meaning : চিহ্নৰ দ্বাৰা ধ্বনি বা কোনো বিষয়ৰ লিখিত ৰূপক ব্যক্ত কৰা বিশেষ পদ্ধতি
Example : হিন্দী ভাষা দেৱনাগৰী লিপিত লিখা হয়
Install App