Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তুৰ ওপৰত কোনো ধৰণৰ প্ৰলেপ এৰাব নোৱাৰাকৈ লগোৱা কাৰ্য
Example : দীপাৱলীৰ সময়ত ঘৰবোৰ ৰং আদিৰে লিপা হয়
Synonyms : লেপন দিয়া
Meaning : কোনো ভিজা বস্তুৰ পাতল লেপন লগোৱা কাৰ্য
Example : ভঁৰাল ঘৰটো গোবৰেৰে লিপিছে
Meaning : গুলি লোৱা বস্তুৰে পাতলকৈ দিয়া লেপন
Example : তেওঁ ্ গোবৰেৰে ঘৰ লিপিছে
Synonyms : মচা, লিচা, লেও দিয়া, লেপন দিয়া, লেপা
Meaning : লেপ লগাই থোৱা
Example : তেওঁ ্ছাঁই লিপি থোৱা বাচনবোৰ ধুই আছে
Synonyms : লিপি থোৱা, লিপ্ত
Install App