Meaning : কাগজত লিখা
Example :
তেওঁ ন্যায়াধীশৰ সন্মুখত লিখিত প্রমাণ দাখিল কৰিলে
Meaning : লিখা হোৱা বা লিপিৰ ৰূপত প্রকাশ কৰা
Example :
এই কথাৰ পূর্ণাঙ্গতাৰ ্ বাবে মোৰ হাতত লিখিত প্রমাণ আছে
Synonyms : লিখা হোৱা-, লিপিবদ্ধ, লিপিৱদ্ধ