Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম
Example : কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়
Synonyms : প্রলোভন
Meaning : কিবা পাবৰ কাৰণে মনত উপজা অত্যধিক ইচ্ছা বা আগ্রহ যাক অনুচিত হিচাপে বিবেচনা কৰা হয়
Example : যিকোনো বস্তুৰ প্রতি অত্যধিক লোভ ভাল নহয়
Synonyms : প্রলোভ, মোহ, লালচ, লিপ্সা, লোভ
Meaning : প্রবল অভিলাষ বা তীব্র ইচ্ছা
Example : মানুহৰ উৰাৰ প্রতি থকা লালসাৰ কাৰণেই উৰা জাহাজৰ আৱিষ্কাৰ হৈছিল
Install App