Meaning : জিভাৰ গুৰিফালে থকা লালটি ওলোৱা গ্রন্থি
Example :
টনচিল বাঢ়ি যোৱাৰ কাৰণে মই খোৱাত বৰ অসুবিধা পাইছোঁ
Synonyms : টনচিল
Meaning : মুখত পোৱা যি গ্রন্থিৰ পৰা লালটি ওলায়
Example :
মুখত তিনিযোৰ লালটি গ্রন্থি পোৱা যায়