Subscribe
URL of the page has been copied to clipboard.
Meaning : মুখৰ পৰা ওলোৱা পাতলীয়া এঠালেটীয়া থু বিশেষ
Example : মাকে বাৰে বাৰে কেঁচুৱাটোৰ মুখৰ পৰা ওলোৱা লালটিখিনি ৰুমালেৰে মচি আছে
Synonyms : লালটি, লেলাৱটি
Meaning : তেজৰ বৰণৰ
Example : তেজৰ ৰং ৰঙা
Synonyms : অলক্তৰাগ, অৰুণাভা, অৰুণিমা, লাল ৰং, লালিমা, লোহিত্্বর্ণ, লৌহিত, ্লোহিত, ্ৰক্তবর্ণ, ্ৰক্তাভা, ৰক্তাৰাগ, ৰক্তিমা, ৰক্তিমাভা, ৰক্ত্াভা, ৰঙা, ৰঙা ৰং
Meaning : ৰক্ত বর্ণৰ
Example : ৰামৰ হাতত এখন ৰঙা ৰুমাল আছিল
Synonyms : তেজাল, ৰক্তিম, ৰঙা
Install App