Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য
Example : সকলোৰে মংগল হোৱা কাম কৰা উচিত
Synonyms : কল্যাণ, ভাল, মংগল, হিত
Meaning : বেপাৰ-বণিজ বা কোনো কাম আদিত হোৱা আয়
Example : তেওঁ ্ কাপোৰৰ ব্যৱসায়ত খুউব লাভ কৰিছে মিছা কথা কৈ মোৰ কি লাভ হʼব
Synonyms : টেক্কা, তিফাইত, ফইদা, ফয়দা, মুনাফা
Install App