Meaning : যি বৰ দৰকাৰী বা ডাঙৰ নহয়, অর্থাৎ সাধাৰণ আৰু সৰু
Example :
তেওঁ সৰু-সুৰা কাম কৰি নিজৰ পৰিয়াল চলাই আছে
Synonyms : সৰু-সুৰা
Meaning : যি অদৰকাৰেৰে পূর্ণ
Example :
অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
Synonyms : অদৰকাৰী, অনাৱশ্যকীয়, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, অসংগত, নলগা-, যা-তা