Subscribe
URL of the page has been copied to clipboard.
Meaning : ধাতু, কাঠ আদিৰে নির্মিত মিহি দীঘল সৰঞ্জাম
Example : তেওঁ ্ হাতেৰে ধাতুৰ মাৰিডাল বেঁক্া কৰি দিলে
Synonyms : বেত, মাৰি, লাখুটি
Meaning : ধাতু বা কাঠেৰে নির্মিত দীঘল আৰু ঘূৰণীয়া মোটা টুকুৰা
Example : ইয়াত ৰাখি থোৱা ৰদবোৰত মামৰ লাগিছে পুলিচে লাঠিৰে চোৰটোক কোবাইছে
Synonyms : ৰদ
Meaning : মোটা আকাৰৰ ডাঙৰ মাৰি
Example : তেওঁ কুকুৰটোক লাঠিৰে মাৰিলে
Synonyms : দণ্ড, বাৰি
Install App