Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ স্বভাৱগতভাৱে অলপতে লাজ লাগে
Example : কেতিয়াবা লাজুক ব্যক্তিয়ে লাজৰ কাৰণেই নিজৰ কথা কʼব নোৱাৰে
Synonyms : লজুৱা, লজ্জাবান, লজ্জাশীল, লাজুক
Meaning : সংকোচ বা লাজ কৰোতা বা যʼত সংকোচ আছে
Example : মোহন বহুত লাজকুৰীয়া স্বভাৱৰ লʼৰা
Synonyms : লজ্জাশীল
Install App