Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word লাগি ধৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

লাগি ধৰা   ক্ৰিয়া

Meaning : আঠাজাতীয় বস্তুৰ সৈতে কোনো দুটা বস্তু পৰস্পৰ লগলাগি যোৱা

Example : কাগজখন কাঠডালত লাগি ধৰিল

Synonyms : আঁট ্খোৱা

Meaning : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা

Example : মোৰ ডিঙিটো টানি ধৰিছে

Synonyms : টানি ধৰা, পাক খোৱা, মোচোকা খোৱা

Meaning : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা

Example : শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল

Synonyms : আঠা লগা, লগ লগা, লিপিট খোৱা, সাবটি ধৰা

লাগি ধৰা   বিশেষণ

Meaning : যি ওলমি পৰিছে

Example : দীপকে গছত লাগি ধৰা চিলাখন এৰোৱাই আছে

Synonyms : ওলমি থকা, ফাঁচ লগা