Meaning : কার্য আদিত ৰত হোৱা
Example :
ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
Synonyms : ব্যস্ত হোৱা, লগা
Meaning : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা
Example :
তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব
Synonyms : কৰা
Meaning : কামত লিপ্ত হোৱা
Example :
মই দিনটো এই প্রশ্নটোতে লাগি থাকিলো