Subscribe
URL of the page has been copied to clipboard.
Meaning : এশ হাজাৰৰ মুঠ সংখ্যা
Example : তুমি কʼব পাৰিবানে লাখত কেইটা শূন্য থাকে
Synonyms : লক্ষ
Meaning : অংকৰ হিচাপত এককৰ স্থানৰ পৰা গণনা কৰিলে ষষ্ঠ স্থানত পোৱা মান যʼত লাখ গুণিতক পোৱা যায়
Example : একলাখ চাৰিত লাখৰ স্থানত এক আছে
Meaning : এশ হাজাৰ
Example : তেওঁ নিজৰ ভায়েকক এক লাখ টকা দিলে
Install App