Subscribe
URL of the page has been copied to clipboard.
Meaning : যি লিপিত লাও ভাষা লিখা হয়
Example : লাওৰ মুদ্রণ স্পষ্ট হোৱা নাই
Synonyms : লাও লিপি
Meaning : থাইলেণ্ড তথা লাওচ দেশৰ মেকং নদীৰ পাৰত বসতি কৰা বৌদ্ধ লোকৰ ভাষা
Example : বৌদ্ধ ভিক্ষুকসকলে লাওত কিবা কথা কৈ আছে
Synonyms : লাও ভাষা, লাও-ভাষা
Meaning : লাও ভাষাৰ সৈতে সম্বন্ধ থকা বা লাও ভাষাৰ
Example : লাও গ্রন্থবোৰৰ পৰা তেওঁ বুদ্ধৰ বিষয়ত অধিক জ্ঞান আহৰণ কৰিবৰ কাৰণে প্রচেষ্টা চলাই আছে
Meaning : লাওচৰ সৈতে সম্বন্ধ থকা বা লাওচৰ
Example : সঞ্জনাই লাও সংস্কৃতি বৰ ভাল পায়
Synonyms : লাওচিয়ান
Install App