Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word লহৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

লহৰ   বিশেষ্য

Meaning : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে

Example : বিদ্যুততো তৰঙ্গ থাকে

Synonyms : ঢৌ, তৰংগ, তৰঙ্গ

Meaning : শৰীৰত কোনো মনোবেগ উঠা কার্য

Example : জনতাৰ মাজত নেতাৰ প্রতি ক্রোধৰ লহৰ আছে

Meaning : হঠাৎ জোৰেৰে অহা প্রৱাহ

Example : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে

Synonyms : ধাৰ

Meaning : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ

Example : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে

Synonyms : উর্মি, কল্লোল, ঢৌ, তৰংগ, তৰঙ্গ, লহৰী, হিল্লোল