Subscribe
URL of the page has been copied to clipboard.
Meaning : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে
Example : বিদ্যুততো তৰঙ্গ থাকে
Synonyms : ঢৌ, তৰংগ, তৰঙ্গ
Meaning : শৰীৰত কোনো মনোবেগ উঠা কার্য
Example : জনতাৰ মাজত নেতাৰ প্রতি ক্রোধৰ লহৰ আছে
Meaning : হঠাৎ জোৰেৰে অহা প্রৱাহ
Example : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে
Synonyms : ধাৰ
Meaning : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ
Example : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে
Synonyms : উর্মি, কল্লোল, ঢৌ, তৰংগ, তৰঙ্গ, লহৰী, হিল্লোল
Install App