Subscribe
URL of the page has been copied to clipboard.
Meaning : ধর্মীয় কার্যৰ সময়ৰ এটি ৰীতি যʼত পতি আৰু পত্নীৰ চাদৰক পৰস্পৰ বান্ধি দিয়া হয়
Example : বিয়াৰ হোম-যজ্ঞ সমাপন হোৱাৰ আগে আগে পুৰোহিতে দৰা আৰু কইনাক লগ্ন-গাঁঠি বান্ধি দিলে
Synonyms : ্লগন গাঁঠি, ্লগুণ গাঁঠি
Install App