Meaning : উদ্ভিদ আদিত ফল-ফুল লগা কার্য্য
Example :
এই বছৰ আম গছত সোনকালে মল লাগিছে
Meaning : কার্য আদিত ৰত হোৱা
Example :
ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
Synonyms : ব্যস্ত হোৱা, লাগি থকা
Meaning : কোনো সঠিক ঠাইত গৈ উপনীত হোৱা
Example :
নাওখন নদীৰ পাৰত গৈ লাগিল
Meaning : অনুমানতকৈ বেছি প্রয়োজন হোৱা
Example :
এই কামটোত বহুত টকা লাগিছে
Meaning : কোনো কামত দৃঢ়তাৰে লাগি থকা
Example :
বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল
Synonyms : লাগি যোৱা
Meaning : কাৰোবাক আঘাত দিয়া
Example :
তেওঁ ্মোক পেনৰ নিব লগালে
Meaning : আঘাত বা কষ্ট পোৱা
Example :
তেওঁৰ ্ কথাই মোক বৰকৈ আঘাত কৰিলে খুঁটিটোত মোৰ ভৰিখন বৰ জোৰেৰে লাগিল
Synonyms : আঘাত কৰা
Meaning : সম্বন্ধত কিবা হোৱা
Example :
মনোজদেৱ সম্বন্ধত মোৰ খুৰা লাগে
Meaning : উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰা
Example :
বাগিছাত ৰোপন কৰা দহজোপাৰ উদ্ভিদৰ ভিতৰত সাতজোপা লাগিছে
Meaning : কোনো ভাব অৱস্থা আদিৰ উৎপন্ন হোৱা
Example :
আজিৰ ৰসজ্ঞ কবি সন্মিলনত বৰ আনন্দ লাগিল