Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word লগা from অসমীয়া dictionary with examples, synonyms and antonyms.

লগা   ক্ৰিয়া

Meaning : লেকেটীয়া বস্তুৰে কোনো ঠাইৰ ওপৰত বস্তু লগোৱা কার্য

Example : তেওঁ ছবিবোৰ বেৰত লগালে

Synonyms : আঠা লগা, লেও দিয়া

Meaning : উদ্ভিদ আদিত ফল-ফুল লগা কার্য্য

Example : এই বছৰ আম গছত সোনকালে মল লাগিছে

Meaning : কার্য আদিত ৰত হোৱা

Example : ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে

Synonyms : ব্যস্ত হোৱা, লাগি থকা

Meaning : কোনো সঠিক ঠাইত গৈ উপনীত হোৱা

Example : নাওখন নদীৰ পাৰত গৈ লাগিল

Meaning : কোনো কামত অহা

Example : এই ঘৰটো সাজিবৰ কাৰণে এশ বেগ চিমেণ্ট লাগিল

Synonyms : খৰচ হোৱা

Meaning : অনুমানতকৈ বেছি প্রয়োজন হোৱা

Example : এই কামটোত বহুত টকা লাগিছে

Meaning : অনুমানৰ ভিত্তিত কিবা অনুভৱ কৰা

Example : মোৰ তেওঁ ্নাহিব যেন লাগিছে

Synonyms : গম পোৱা, ধাৰণা কৰা

Meaning : কোনো কামত লগা

Example : বিবাহ সম্পন্ন হোৱালৈকে মোহিত কামত লাগি থাকিল

Synonyms : ৰত হোৱা

Meaning : অনুভৱ হোৱা

Example : মোৰ বহুত ঠাণ্ডা লাগিছে

Synonyms : অনুভৱ হোৱা

Meaning : কোনো কামত দৃঢ়তাৰে লাগি থকা

Example : বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল

Synonyms : লাগি যোৱা

Meaning : কাৰোবাক আঘাত দিয়া

Example : তেওঁ ্মোক পেনৰ নিব লগালে

Meaning : আঘাত বা কষ্ট পোৱা

Example : তেওঁৰ ্ কথাই মোক বৰকৈ আঘাত কৰিলে খুঁটিটোত মোৰ ভৰিখন বৰ জোৰেৰে লাগিল

Synonyms : আঘাত কৰা

Meaning : সম্বন্ধত কিবা হোৱা

Example : মনোজদেৱ সম্বন্ধত মোৰ খুৰা লাগে

Meaning : উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰা

Example : বাগিছাত ৰোপন কৰা দহজোপাৰ উদ্ভিদৰ ভিতৰত সাতজোপা লাগিছে

Meaning : কোনো ভাব অৱস্থা আদিৰ উৎপন্ন হোৱা

Example : আজিৰ ৰসজ্ঞ কবি সন্মিলনত বৰ আনন্দ লাগিল

লগা   বিশেষণ

Meaning : যি কোনো কামত লাগি আছে

Example : তেওঁ কৃষি কার্যত ্লাগি আছে

Synonyms : প্রবৃত্ত