Subscribe
URL of the page has been copied to clipboard.
Meaning : এজোপা গছৰ কলি যাক শুকুৱাই মচলা আৰু ঔষধৰ কামত ব্যৱহাৰ কৰা হয়
Example : দাঁতৰ বিষত লং তেলৰ ব্যৱহাৰ কৰা হয়
Synonyms : লবঙ্গ
Meaning : এবিধ জোপোহা গছ যাৰ কলি শুকুৱাই মছলা আৰু ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
Example : লং গছজোপাত পানী দিব লাগিব
Synonyms : লং গছ, লৱঙ্গ গছ
Install App