Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word লʼৰা-ছোৱালী from অসমীয়া dictionary with examples, synonyms and antonyms.

লʼৰা-ছোৱালী   বিশেষ্য

Meaning : কাৰোবাৰ পুত্র বা কন্যা

Example : মাক-দেউতাকৰ সেৱা কৰাটো সকলো সন্তানৰে পৱিত্র ্কর্তব্য

Synonyms : অপত্য, ছা-ছলি, ছানা-পোণা, ছাহা-বাহা, ছাৱ-পুতাই, পুত্র-কন্যা, পো-জী, পো-পোৱালি, পোৱালি, বেটা-বেটী, লʼৰা-দামুৰি, লʼৰা-লুৰি, শাৱক, সতি-সন্ততি, সন্তান

Meaning : কম বয়সীয়া লʼৰা বা ছোৱালী

Example : তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়

Synonyms : বাচ্চা, বালক-বালিকা, শিশু, সৰু লʼৰা-ছোৱালী