Subscribe
URL of the page has been copied to clipboard.
Meaning : ঘেঁহুৰ নিচিনা এবিধ শস্য যাৰ গুড়িৰ পৰা অধিক চোকোৰা ওলায়
Example : সীতাই ভিজাই থোৱা যৱ আৰু বুটখিনি পিচি আছে
Synonyms : বার্লি, যৱ
Meaning : ঘেঁহুৰ নিচিনা এবিধ গছ যাৰ বীজৰ পৰা আটা প্রস্তুত কৰা হয়
Example : শ্যামুৱে পথাৰত যৱধান সিঁচি আছে
Synonyms : যৱ, যৱধানৰ গছ
Install App