Subscribe
URL of the page has been copied to clipboard.
Meaning : যি সময়ত কোনো লোক জোৱান হয়
Example : তেওঁ নিজৰ গোটেই যৌৱন নিচাজাতীয় দ্রৱ্য সেৱন কৰিয়েই পাৰ কৰি দিলে
Synonyms : তৰুণকাল, যুৱাৱস্থা, যৌৱনকাল
Meaning : বাল্যাৱস্থা আৰু বৃদ্ধাৱস্থাৰ মাজৰ কালছোৱা বা যুৱক হোৱা অৱস্থা
Example : মনোহৰৰ যৌৱন ভটিয়াবলৈ ধৰিছে
Synonyms : তৰুণতা, যৌৱনকাল, যৌৱনাৱস্থা, সাবালকত্ব
Install App