Meaning : কোনো প্রাণী, বস্তু আদি এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা কার্য
Example :
মন্ত্রী মহোদয় এতিয়া ইয়াৰ পৰা যাব
Synonyms : গমন কৰা, প্রস্থান কৰা, ৰাওনা হোৱা
Meaning : চলাচল কৰাত প্রবৃত্ত কৰা
Example :
তেওঁ ্লʼৰাটোৰ হাতত ধৰি গৈ আছে