Subscribe
URL of the page has been copied to clipboard.
Meaning : এজন মানুহে এবাৰত একেলগে পিন্ধা সকলো কাপোৰ
Example : তেওঁ বাকচত থোৱা কাপোৰবোৰৰ মাজৰ পৰা এযোৰ কাপোৰ উলিয়াই পিন্ধিলে
Synonyms : যোৰা
Meaning : কোনোধৰণৰ কামত অহা দুটা বস্তু যাক একেলগে এটা বুলি গণ্য কৰা হয়
Example : মোৰ ছোৱালীজনীক বছৰত পাঁচযোৰ জোতা-চেণ্ডেল লাগে
Install App