Subscribe
URL of the page has been copied to clipboard.
Meaning : যি সংখ্যা কোনো সংখ্যাৰ সৈতে যোগ কৰিব পৰা যায়
Example : যোজ্য সংখ্যাটোক তিনিটা বেলেগ-বেলেগ সংখ্যাৰে যোগ কৰা
Synonyms : যোজক
Meaning : যিটো যোগ দিব বা প্রযুক্ত কৰিব পৰা যায়
Example : সকলো সংখ্যা কোনো নহয় কোনো সংখ্যাৰ সৈতে যোজ্য হয়
Install App