Meaning : গণিতত যুক্ত বা সংযোগ কৰা চিহ্ন
Example :
এই অংকৰ প্রশ্নটোত যোগ চিনৰ বিপৰীতে বিয়োগ চিন দিছে
Synonyms : যোগ চিন
Meaning : একতকৈ অধিক সংখ্যা লগ লগোৱা কার্য
Example :
মুঠ অংকটোৰ যোগ কিমান হʼল ?
Meaning : যোগশাস্ত্রত নির্দেশিত ইন্দ্রিয়ক দমন কৰিব পৰা কর্ম
Example :
তেওঁ প্রতিদিন যোগসাধনা কৰে
Synonyms : যোগসাধনা