Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো ক্রম অনুসৰি থোৱা হোৱা নাই
Example : গ্রন্থাগাৰত কিতাপবোৰ ক্রমহীনভাৱে থোৱাৰ কাৰণে তেওঁ নিজৰ মনপচন্দৰ কিতাপখন বিচাৰি ফুৰিছে
Synonyms : অক্রমাগতভাৱে, অব্যৱস্থিতভাৱে, ক্রমহীনভাৱে, খেলি-মেলিকৈ
Install App