Subscribe
URL of the page has been copied to clipboard.
Meaning : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন
Example : তেওঁ এজন ্ সাহসী সৈনিক
Synonyms : চিপাহী, জোৱান, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা
Meaning : যিজনে যুদ্ধ কৰে
Example : প্রকৃত যোদ্ধাই যুদ্ধভূমিত নিজৰ প্রাণ দিব পাৰে কিন্তু কেতিয়াও পিছ হুহকি নাহে
Synonyms : যুজন্তা, যুজোঁতা, যুদ্ধকর্তা, যুদ্ধকাৰী, যোদ্ধা, সংগ্রামী, ৰণুৱা
Meaning : যুদ্ধত কাম অহা
Example : ভাৰতে ৰুছ দেশৰ পৰা চাৰিখন যুঁ্জাৰু বিমান ক্রয় কৰিলে
Meaning : যুঁজ কৰোঁতা, যি পলৰীয়া নহয়
Example : যুঁ্জাৰু যোদ্ধা ৰণভূমিত শ্বহীদ হʼল
Synonyms : যুঁজন্ত্া, যুঁজোঁতা, যুদ্ধকর্তা, যুদ্ধকাৰী, যোদ্ধা
Install App