Meaning : যাৰ ৰʼবলৈ বা থাকিবলৈ কোনো নিশ্চিত ঠাই নাই
Example :
ভাৰতত আজিও ভালেমান যাযাবৰ জাতি পোৱা যায়
Meaning : যি বহুত ঘূৰি ফুৰে
Example :
যোগীৰাজ হৰিহৰণদেৱ এজন ভ্রমণশীল সাধু
Synonyms : ভ্রমণ-প্রেমী, ভ্রমণপ্রিয়, ভ্রমণপ্রেমী, ভ্রমণশীল