Subscribe
URL of the page has been copied to clipboard.
Meaning : ধর্মীয় বিশ্বাস অনুসৰি পাপী বা দুৰাচাৰীৰ আত্মাই শাস্তি ভোগকৰা ঠাই
Example : পাপীবিলাকে মৃত্যুৰ পিচত নৰকত স্থান পায়
Synonyms : জহন্নাম, দোখজ, নর্ক, নৰক
Meaning : যি লোকলৈ মানুহ মৃত্যুৰ পিছত যায়
Example : কোৱা হয় যে নৰক চতুদর্শীৰ দিনা যমলোকৰ দুৱাৰ খোলা থাকে
Synonyms : মৃত্যুলোক, যমলোক
Install App